Exam Notification

📢 Official Notification

All important notifications regarding the ‘Anusandhani Merit Scholarship Exam’ will be posted instantly on the official WhatsApp groups by the Anusandhani Team. All concerned persons are requested to remain active in these groups and are advised not to leave them unless explicitly instructed to do so.

‘অনুসন্ধানী’-মেধা বৃত্তি পৰীক্ষাৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ জাননী ‘অনুসন্ধানী’ টীমৰ তৰফৰ পৰা অফিচিয়েল হোৱাটছএপ (WhatsApp) গ্ৰুপসমূহত তাৎক্ষণিকভাৱে প্ৰদান কৰা হ’ব। সংশ্লিষ্ট সকলোকে উক্ত গ্ৰুপসমূহত সক্ৰিয় হৈ থাকিবলৈ অনুৰোধ জনোৱা হ’ল। বিশেষ নিৰ্দেশনা নাপালে কাকো গ্ৰুপ ত্যাগ নকৰিবলৈ অনুৰোধ কৰা হ’ল।

⬅ Go to Home Page